গুৱাহাটীত কেতিয়া স্বাভাৱিক হ’ব পৰিস্থিতি? শীঘ্ৰে আৰম্ভ হ’ব আনল’ক প্ৰক্ৰিয়া, কিন্তু…
বৃহস্পতিবাৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ শেহতীয়া পৰিস্থিতিৰ সন্দৰ্ভত এখন সংবাদমেলৰ সম্বোধন কৰে। মন্ত্ৰী গৰাকীয়ে কয় যে, গুৱাহাটীত তিনি লাখ লোকৰ কোৰোণা পৰীক্ষা কৰিব পাৰিলেহে পৰিস্থিতি স্ৱাভাৱিক হোৱাৰ...
এসপ্তাহ বিচাৰিছে মই অপেক্ষা কৰিম, দৰ–দাম কৰিবলৈ অৱসৰৰ কথা কোৱা নাই মই – ক’লে...
অৱসৰৰ দিন এসপ্তাহ পিছুৱালে বিধায়ক শিলাদিত্য দেৱে। গুৱাহাটীৰ পৰা আজি হোজাইৰ জোৰাপুখুৰীৰ বাসগৃহত উপস্থিত হৈ বিধায়কজনে ঘোষণা কৰে এই কথা। বিধায়কজনে সংবাদ মেলতো ঘটালে কেতবোৰ বিস্ফোৰণ। তেওঁ কলে –...
বিজেপিত বিদ্ৰোহৰ উকমুকনি! এইবাৰ আন এজন নেতাই ক’লে – বিজেপিত ৰাৱনৰ দৰে আচৰণ কৰিছে...
অসম বিজেপিত এতিয়া বিদ্ৰোহৰ উকমুকনি! এজনৰ পিছত আনজন বিজেপিৰ জ্যেষ্ঠ নেতাই দলীয় নেতৃত্বৰ বিৰুদ্ধে মুকলি ক্ষোভ উজাৰিছে৷ শেহতীয়াকৈ হোজাইৰ বিধায়ক শিলাদিত্য দেৱে নেতৃত্বৰ বিৰুদ্ধে বিষোদগাৰ প্ৰকাশ কৰি দল ত্যাগৰ...
মানৱতাৰ নিদৰ্শন! ধুবুৰীত হিন্দু মহিলাৰ মৃতদেহ সৎকাৰ কৰিলে ইছলাম ধৰ্মাৱলম্বী লোকে
এতিয়া সমাজৰ পৰা হেৰাই যোৱা নাই মানৱতা। কেঞ্চাৰ ৰোগত আক্ৰান্ত এগৰাকী বিধবা হিন্দু মহিলাক বিগত ১১ বছৰে আশ্ৰয় দিয়াৰ পিছত মৃত্যু হোৱাত কান্দোনত ভাগি পৰিল ইছলাম ধৰ্মাৱলম্বী এখন গাঁও।...
২৪ ঘণ্টাৰ পূৰ্বে এইজন IPS–এ বৰ্ণনা কৰিছিল বিকাশ ডুবেৰ এনকাউণ্টাৰ কেনেকৈ হ’ব, ছচিয়েল মিডিয়াত...
২৪ঘণ্টা পূৰ্বেই এগৰাকী IPS–এ কৈছিল যে কেনেকৈ হ’ব বিকাশ ডুবেৰ এনকাউণ্টাৰ। তেওঁৰ সেই বিশেষ টুইট এতিয়া ভাইৰেল হৈছে। উত্তৰ প্ৰদেশৰ মষ্ট ৱাণ্টেড অপৰাধীজন গ্ৰেপ্তাৰ হোৱাৰ পৰা এনকাউণ্টাৰলৈকে বহুতেই বিভিন্ন...
বিজেপিত যোগ কৰিলেই অখিল গগৈক দিব ১০ কোটি টকা! জ্যেষ্ঠ অধিবক্তা হেমেন বৰাৰ বিস্ফোৰণ
বিজেপিত যোগদান কৰিলে ১০ কোটি টকা দিয়াৰ প্ৰলোভন অখিল গগৈক। এই মহা অভিযোগ যোৰহাটৰ জ্যেষ্ঠ অধিবক্তা হেমেন বৰাই। বৃহস্পতিবাৰে যোৰহাটত এখন সংবাদমেল সম্বোধন কৰি এই বিস্ফোৰক মন্তব্য জ্যেষ্ঠ অধিবক্তা হেমেন বৰাৰ। সংবাদমেলত...
‘কোৰোণাৰ সুযোগলৈ ১ নং জাৰ্চি পিন্ধাৰ নাটক কৰিছে হিমন্ত বিশ্ব শৰ্মাই’ – লুৰিণ জ্যোতি...
ক্ৰমাত্ তীব্ৰতৰ হৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আছুৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈৰ মাজত বাকযুদ্ধ। সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি, সম্পাদকক পি পি ই কীট পৰিধান নকৰাকৈ ৰোগী...
‘সাৱধান! যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত হেৰাব পাৰে ৰোগী!’ – কি ক’লে ৰূপজ্যোতি কুৰ্মীয়ে?
‘সাৱধান! যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা কৰিবলৈ যোৱা আপোনাৰ আত্মীয় চিকিৎসালয়তে হেৰাব পাৰে!’ – এই অভিযোগ মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ। যোৱা কিছুদিন পুৰ্বে মৰিয়নী সমষ্টিৰ অন্তৰ্গত নগাদেৰা দীঘলী চাপৰিত...
গেংষ্টাৰ বিকাশ ডুবেৰ এনকাউণ্টাৰত মৃত্যু, STFৰ গাড়ী দুৰ্ঘটনাত পতিত হোৱাৰ সময়তে পলায়নৰ চেষ্টা কৰিছিল...
উত্তৰ প্ৰদেশৰ কাণপুৰৰ পৰা আহিছে এক ডাঙৰ খবৰ। গেংষ্টাৰ বিকাশ ডুবেৰ এনকাউণ্টাত মৃত্যু হৈছে। ঘটনাৰ বিৱৰণী মতে, উত্তৰ প্ৰদেশ এছ টি এফৰ কনভয়ৰ এখন বাহন দুৰ্ঘটনাত পতিত হয়, যিখনত...
কৃষক মুক্তি সংগ্ৰাম সমিতৰ নেতা অখিল গগৈ তথা ‘কা’ বিৰোধী আন্দোলনৰ লগত জড়িত অসমীয়া...
শইকীয়াই কয় যে বিগত সময়চোৱাত অসমত ‘কা’ আন্দোলনৰ লগত জড়িত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু অন্যান্য বিভিন্ন দল সংগঠনৰ লগত জড়িত নেতা কৰ্মীৰ ওপৰত চৰকাৰখনে বিভিন্ন গোচৰ আদি...