হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱালতকৈ দুৰ্বল মুখ্যমন্ত্ৰীঃ সাংসদ আব্দুল খালেক।

ৰাজ্যৰ মাদ্ৰাছা বিতৰ্ক তুংগত থকাৰ সময়তে পুনৰ কিছু বিস্ফোৰক মন্তব্য কৰি সংবাদ শিৰোনাম দখল কৰিছে সাংসদ আব্দুল খালেকে ।এইবাৰ মাদ্ৰাছাত জেহাদীৰ ঘাটি সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কৰিছে...

নিচাসক্ত হৈ নিজ চাপৰৰ হাতীপোতাত চাঞ্চল্যকৰ ঘটনা। নিচাই কাল হ’ল এটা পৰিয়ালৰ।পত্নীক হত্যা কৰাৰ...

চাপৰৰ হাতীপোতাত চাঞ্চল্যকৰ ঘটনা।নিচাই কাল হ'ল এটা পৰিয়ালৰ।নিচাসক্ত হৈ নিজ পত্নীক হত্যা কৰাৰ অভিযোগ।নিহত বোৱাৰীগৰাকীৰ নাম ৰেহেনা খাতুন।ঘটনা স্থলীত উপস্থিত শালকোচা আৰক্ষী,আটক স্বামী ৰবিয়াল মন্ডল।চাপৰত পুনৰ বোৱাৰী হত্যা।...

বৰপেটা জিলাৰ হাউলীত, জয়পুৰ যুৱ সমাজৰ উদ্যোগত বিৰাট নাওঁখেল প্ৰতিযোগিতা অনুষ্ঠিত।।

চৰকাৰে বিভিন্ন সময়ত বিভিন্ন নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰে ৰাইজক আৰ্থিক ভাৱে মাধমাৰ শোধাই আছে যদিও সেই দূখ বেদনাক ক্ষন্তেক সময়ৰ বাবে পাহৰিবলৈ এক...

ব্ৰাহ্মণ হৈ ৰাজবংশী ছোৱালীক বিয়া কৰোৱাৰ বাবে এঘৰীয়া এটা পৰিয়ালlব্ৰাহ্মন সমাজে এঘৰীয়া কৰিছিল ব্ৰাহ্মন...

ৰাজবংশী ছোৱালীক বিয়া কৰোৱাৰ বাবে এঘৰীয়া এটা পৰিয়ালব্ৰাহ্মন সমাজে এঘৰীয়া কৰিছিল ব্ৰাহ্মন পৰিয়ালটোকঅবশেষত মৃত্যুৰ পিছতো অন্তম যাত্ৰাত নাহিল ব্ৰাহ্মন সমাজদৰং,মঙলদৈৰ পাচত এইবাৰ চাপৰত ব্ৰাহ্মন বিতৰ্ক।চাপৰৰ শালকোছাৰ হাপাপাৰাত সংঘটিত...

অবৈধ কাৰ্য্যত লিপ্ত থকা হাউলীৰ মিলন জ্যোতি মহাবিদ্যালয়ৰ অধ্যক্ষক অসংযত অৱস্থাত উদ্ধাৰ স্থানীয় ৰাইজৰ।

বৰপেটাৰ হাউলীত উত্তপ্ত পৰিস্থিতি। ইটাৰভিটাৰ মিলন জ্যোতি মহাবিদ্যালয়ৰ অধ্যক্ষ মোজাম্মেল হকে তেওঁৰ কালিবাৰীস্থিত ভূমিত স্থাপন কৰা ৰামধেনু ল'জত অবৈধ কামত লিপ্ত থকা অৱস্থাত স্থানীয় ৰাইজে হাতে লোটে ধৰি...

শিলচৰত আছাম ৰাইফলছৰ শিৱিৰত পত্নী আৰু ১১ বছৰীয়া কন্যা সন্তানক নৃশংসভাৱে ...

এক চাঞ্চল্যকৰ নৃশংস হত্যাকাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে শিলচৰৰ শ্ৰীকোণাস্থিত অসম ৰাইফলছৰ শিৱিৰত। শনিবাৰে পাৰিবাৰিক কন্দ্বলৰ পৰিণতিত শিৱিৰৰ এজন আছাম ৰাইফলছৰ জোৱানে নিজৰ পত্নী আৰু কন্যাৰ ডিঙি...

ধুবুৰীৰ জ্যেষ্ঠ সাংবাদিক পাৰভেজুৰ ৰহমানৰ বিয়োগত চাপৰ মাল্টি মিডিয়া ক্লাবৰ শোক প্ৰকাশ।

জেষ্ঠ সাংবাদিক পাৰভেজুৰ ৰহমানৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰে চাপৰ MULTI MEDIA PRESS ক্লাৱে।যোৱা নিশা ১১:৩০ বজাত চাপৰ বজাৰত - চাপৰ multi media প্ৰেছ ক্লাৱৰ তৰফৰ পৰা প্ৰয়াত...

কলগাছিয়াৰ লাচাংগা গাওঁত ভয়ংকৰ পথ দুৰ্ঘটনা। থিতাতে নিহত এজন, আহত এজন ।

কলগাছিয়াৰ লাচাংগা গাওঁত ভয়ংকৰ পথ দুৰ্ঘটনা। জানিব পৰা মতে AS-15 C- 5940 নম্বৰৰ ট্ৰেক্টৰ গাড়ী দেউকুৰাৰ পৰা লাচাংগা অভিমুখে গৈ আছিল।পিছফালৰ পৰা AS 26 B-9013 নম্বৰৰ মটৰচাইকেল পাৰ...

হাজোত খুলশালীয়েকক লৈ পলাল ভেনিহীয়েক।

সভ্য সমাজক লজ্যনতো কৰা এটি জঘন্য ঘটনা সংঘটিত হৈছে,হাজোৰ ১নং ভেলকৰত,নিজৰ খুল শালিকক পলুৱায় নিয়ে লম্পট মইনুদ্দিন আহমেদে।জানিৱপৰামতে বহু দিনৰ পৰাই চলি আহিছে অগাধ প্ৰেম আৰু শেষত...

হিমন্ত বিশ্ব শৰ্মাক প্ৰধানমন্ত্ৰী হিচাপে বিচাৰে এআইইউডিএফ প্ৰধান সাংসদ বদৰুদ্দিন আজমলে।

হিমন্ত বিশ্ব শৰ্মা প্ৰধানমন্ত্ৰী হ’লে সুখী হব এআইইউডিএফৰ প্ৰধান তথা সাংসদ বদৰুদ্দিন আজমল। দেশত ৫ খন ৰাজধানী নিৰ্মাণ প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি চৰকাৰৰ সিদ্ধান্তক আদৰণি জনায় আজমলে।সংবাদ মাধ্যমৰ...