নিজ ভাগিনৰ দাৰ ঘাপত মোমায়েকে হেৰুৱালে এখন হাত।

  শনি বাৰে নিশা নুমলীগড়ত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। ভনীয়েকৰ ঘৰত ভাগিনীয়েকৰ দাৰ ঘাপত দুচেও হ'ল মোমায়েকৰ হাত। এক ঘণ্টা চোতালতে তেজেৰে লুতুৰি পুতুৰি হৈ পৰি থাকিল...

পুত্ৰৰ পোহনীয়া কুকুৰে ললে মাতৃৰ প্ৰাণ।

কুকুৰ এটা পূহিবলৈ অনাৰ আগত তাৰ প্ৰজাতিটোৰ ওপৰত ভালদৰে অধ্যয়ন কৰি লওক ।কিয়নো অতি বিশ্বাসী বুলি ভৱা আপোনাৰ পোহনীয়া কুকুৰটোৱেও কেতিয়াবা আপোনাৰ বা আপোনাৰ পৰিয়ালৰ আন কোনোবাৰ কাৰণে...

গুৱাহাটী মহানগৰীত মৰ্মান্তিক ঘটনা!! ৰাজপথতে মৃত্যুক সাবটিলে Swiggy Boy দীপাংকৰে।

মঙলবাৰে সন্ধিয়া গণেশগুৰি–হেঙেৰাবাৰী পথৰ দাঁতিত উদ্ধাৰ হয় দীপাংকৰ বৰা নামৰ যুৱকজনৰ নিথৰ দেহ। পিঠিত ওলমি আছিল Swiggy লিখা থকা এটা বেগ। হয়তো দিনটো আনৰ ঘৰে ঘৰে খাদ্য যোগান ধৰি...

বিশ্বৰ সৰ্বপ্ৰথম গাহৰিৰ হৃদপিণ্ড সংৰোপণ কৰা ব্যক্তি ডেভিদ বেনেটৰ ৮ মাৰ্চত মৃত্যু।

মাত্ৰ দুমাহ পূৰ্বে সফলতাৰে শৰীৰত গাহৰিৰ হৃদপিণ্ড সংৰোপণ কৰা লোকজনৰ মৃত্যু হৈছে। ৭ জানুৱাৰীত বিশ্বত প্ৰথমবাৰৰ বাবে সফলতাৰে এই লোকজনৰ দেহত সংৰোপণ কৰা হৈছিল গাহৰিৰ হৃদপিণ্ড। ডেভিদ বেনেট...

কিমান দিনলৈ থাকিব শীতৰ প্ৰকোপ, বৰষুণৰো আগজাননীl

গুৱাহাটীকে ধৰি সমগ্ৰ ৰাজ্য এতিয়া শীতৰ শীতল কোলাত । আগন্তুক দুদিনত গুৱাহাটীত অব্যাহত থাকিব প্ৰচণ্ড শীত। ২৯ আৰু ৩০ জানুৱাৰীত গুৱাহাটীত শীতৰ প্ৰকোপ থাকিব বুলি আগজাননী দিছে আঞ্চলিক...

বিজেপি দল চোৰ, ডকাইত, হত্যাকাৰীৰে ভৰি আছে ।পীযুষে ওপৰলৈ থুৱালে, নিজৰ মুখতে পৰিলে –...

সম্প্ৰতি তুংগত উঠিছে কংগ্ৰেছ-বিজেপিৰ বাকযুদ্ধ । এইবাৰ বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি ল'লে APCCৰ জ্যেষ্ঠ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্যই।অপূৰ্ব ভট্টাচাৰ্যই কয় যে চোৰ, ডকাইত, হত্যাকাৰীৰে ভৰি আছে বিজেপি দল। বিজেপিত আছে পাঞ্জাৱ নেছনেল বেংকৰ ডকাইত। ইভিএম...

সমাজবাদী পাৰ্টীত যোগদান কৰিলে ভাৰতৰ আটাইতকৈ ওখ মানুহ ধৰ্মেন্দ্ৰ প্ৰতাপ সিঙে ।।

সমাগত উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ভাৰতৰ আটাইতকৈ ওখ ব্যক্তিৰ খিতাপ লাভ কৰা ধৰ্মেন্দ্ৰ প্ৰতাপে যোগ দিয়ে সমাজবাদী পাৰ্টীত।দলৰ নীতি আদৰ্শৰ প্ৰতি প্ৰভাৱিত হৈ ধৰ্মেন্দ্ৰ প্ৰতাপ সিঙে দলৰ ৰাষ্ট্ৰীয়...

নগাঁৱৰ এনকাউণ্টাৰৰ ঘটনা: মানৱ অধিকাৰ আয়োগৰ কাষ চাপিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন মহাবিদ্যালয় ছাত্ৰ সন্থা...

যোৱা২২ জানুৱাৰীত নগাঁৱৰ কচলুখোৱাত প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তিকমল বৰাক আৰক্ষীয়ে এনকাউণ্টাৰ কৰা ঘটনাক ৰাজ্যৰ চৌদিশে অব্যাহত আছে মিশ্ৰিত প্ৰতিক্ৰিয়া।এইবাৰ নগাঁও কাণ্ডৰ বিৰূদ্ধে সৰৱ হৈ পৰিছে গুৱাহাটী বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়...

কীৰ্তিকমল বৰাৰ বিৰুদ্ধে আৰক্ষীয়ে ৰুজু কৰিলে গোচৰ।।

আৰক্ষীৰ গুলীত আহত কীৰ্তিকমল বৰাৰ বিৰুদ্ধে নগাঁও সদৰ আৰক্ষী থানাত গোচৰ ৰুজু নগাঁও আৰক্ষীৰ। কেইবাটাও ধাৰাত গোচৰ ৰুজু আৰক্ষীৰ ৷ ইফালে কীৰ্তিকমল বৰাৰ পিতৃয়েও অভিযুক্ত আৰক্ষী বিষয়া প্ৰদীপ বণিয়াৰ...

চৰকাৰী নিৰ্দেশনা : শিক্ষক-শিক্ষয়িত্ৰীয়ে ৩ বছৰলৈ কৰিব নোৱাৰিব আন চাকৰিত আবেদন।।

তিনি বছৰলৈ শিক্ষা বিভাগৰ কোনো চাকৰিয়ালে আন বিভাগত চাকৰিৰ আৱেদন কৰিব নোৱাৰিব৷ ৰাজ্য চৰকাৰে শেহতীয়াকৈ কৰা এক জাননীত এই নিৰ্দেশনা দিয়া হৈছে।  এই নিৰ্দেশনা অনুসৰি শিক্ষা বিভাগত চাকৰি...

TRENDING

HOT NEWS