গুৱাহাটীত”অসম জাতীয় পৰিষদ”ৰ সংখ্যালঘু কোষৰ ৰাজনৈতিক অভিৱৰ্তনৰ:৫১ জনীয়া সদস্যৰে “জাতীয় সংখ্যালঘু শক্তি’ৰ পূৰ্ণাংগ সমিতি...

আজি গুৱাহাটীৰ হোটেল "প্ৰাগ কণ্টিনেণ্টেল"ত অসম জাতীয় পৰিষদৰ উপ-সভাপতি ইজৰাইল নন্দৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা ৰাজনৈতিক অভিৱৰ্তনত "জাতীয় সংখ্যালঘু শক্তি" নামেৰে অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠনটো আনুষ্ঠানিকভাৱে গঠন কৰা হয়।...

২১ৰ বিধানসভা নিৰ্বাচনত বিশেষ তিনি শ্ৰেণীৰ লোকে লাভ কৰিব পোষ্টেল বেলটৰ সুবিধা

পূৰ্বৰ পোষ্টল বেলেটৰ সুবিধাপ্ৰাপ্ত চৰকাৰী চাকৰিয়াল, বিশেষ ভোটাৰ, নিৰ্বাচনী দায়িত্বত থকা ভোটাৰ, অধিসূচিত ভোটাৰৰ উপৰি এইবাৰ ২১ৰ নিৰ্বাচনত পোষ্টল বেলেটৰ সুবিধা লাভ কৰিব বিশেষভাৱে সক্ষম, ৮০ৰ ঊৰ্ধ্বৰ বয়োজ্যেষ্ঠ লোক...

ভোট দিবলৈ যাবলৈ প্ৰস্তুত নে? মাজত মাথো ২৮ দিন, মানিব লাগিব এই সমূহ নিয়ম

ভোট দিবলৈ যাবলৈ প্ৰস্তুত নে? মাজত মাথো ২৮ দিন, সম্পূৰ্ণকৈ মাজত এটা মাহ নাই প্ৰথম পৰ্যায়ৰ ভোটলৈ। পিছে জানেন এইবাৰ ভোটকেন্দ্ৰলৈ যাওতে মানিব লাগিব কিছু বিশেষ নিয়ম, যি নিয়ম...

বিহুৰ পূৰ্বে অসমত নিৰ্বাচন, ৪ ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ নিৰ্বাচনৰ দিন ঘোষণা

বিহুৰ পূৰ্বে অসমত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। অসম বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা। নিৰ্বাচন আয়োগে ঘোষণা কৰিলে অসমসহ চাৰি ৰাজ্য আৰু এখন কেন্দ্ৰীয়শাসিত অঞ্চলৰ নিৰ্বাচনৰ দিন। ২৭...

বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা, তিনিটা পৰ্যায়ত অসমত অনুষ্ঠিত হ’ব নিৰ্বাচন

অসম বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা। নিৰ্বাচন আয়োগে ঘোষণা কৰিলে নিৰ্বাচনৰ দিন। ২৭ মাৰ্চত অসমত অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। প্ৰথম পৰ্যায়ত ৪৭টা সমষ্টিত হ’ব...

বৰপেটাত জিলা কংগ্ৰেছ ও সাংসদ খালেকৰ নেতৃত্বত “অসম বচাওঁ আহক” অভিযানৰ সঁফল সমাপ্তি

"অসম প্ৰদেশ কংগ্ৰেছ" কমিটীৰ, উদ্যোগত ধাৰাবাহিক বাবে চলি থকা "অসম বচাওঁ আহক" শীৰ্ষক যাত্ৰাৰ আজি এক কাৰ্যসূচী বৰপেটা জিলাৰ সৰভোগৰ "শ্ৰী শ্ৰী গৰখীয়া গোঁহাই থান"ৰ পৰা আৰম্ভ হয়।...

ৰূপসী ব্লক কংগ্ৰেছ কাৰ্যালয়ত জনীয়া সমষ্টি ভিত্তিত “বুথ সন্মিলন”সম্পৰ্কে প্ৰস্তুতি-সভা

সমগ্ৰ ৰাজ্যজুৰি কংগ্ৰেছ দলে "অসম বচাওঁ আহক"শীৰ্ষক কাৰ্য্যসূচী ৰূপায়ণ কৰি থকাৰ লগে লগে সমষ্টি ভিত্তিত দলীয় কৰ্ম-কৰ্তা সকলৰ মনোবল বৃদ্ধি কৰাৰ লক্ষ্য-উদ্দেশ্যলৈ বুথ কৰ্মী-সভা অনুষ্ঠিত কৰা দেখা গৈছে। উক্ত...

“অসম বচাওঁ আহক” পঞ্চমটো যাত্ৰাত বিৰোধী দলপতি দেৱব্রত শইকীয়া

"অসম প্ৰদেশ কংগ্ৰেছ" কমিটীৰ উদ্যোগত চলি থকা "অসম বচাওঁ আহক" শীৰ্ষক যাত্ৰাৰ আজি পঞ্চমটো যাত্ৰাত বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ নেতৃত্বত প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকন, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন...

নলবাৰী জিলাৰ বৰক্ষেত্ৰীত কংগ্ৰেছৰ “বুথ সংকল্প শিবিৰ”

"মোৰ বুথ মোৰ গৌৰৱ" "আমাৰ ঐক্য আমাৰ শক্তি" ৰ শ্লগানেৰে আজি নলবাৰী জিলাৰ অন্তৰ্গত নলবাৰী বিধান সভা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ বুথ কৰ্মী সকলৰ উপস্থিতিত জিলাখনৰ মৰনৈপাৰত এখন...

হিমন্ত বিশ্ব শৰ্মা য’তেই থাকে তাতেই জঁট লাগে, কংগ্ৰেছত এতিয়া নাই কোনো জঁট –...

‘‘হিমন্ত বিশ্ব শৰ্মা য'ত থাকে তাতেই জঁট লাগে, কংগ্ৰেছত এতিয়া নাই কোনো জঁট’’ - বিশ্বনাথ চাৰিআলিত অনুষ্ঠিত বুথ সংকল্প শিবিৰত অংশগ্ৰহণ কৰি এই মন্তব্য নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক...

TRENDING

HOT NEWS