Consumer Protection Act 2019-গ্ৰাহক হিচাপে আজিৰে পৰা পাব এইসমূহ অধিকাৰ
নতুন দিল্লীঃ কেন্দ্ৰ চৰকাৰে গ্ৰাহকৰ কাৰণে অধিকাৰসমূহ শক্তিশালী কৰিবলৈ ৩৪বছৰ পিছত উপভোক্তা অধিকাৰ সুৰক্ষা আইনখন (Consumer Protection Act, 2019) লৈ আহিছে। আজিৰে পৰা এই আইন বলৱৎ হৈছে। যোৱা বৃহস্পতিবাৰে...
২৪ ঘণ্টাৰ পূৰ্বে এইজন IPS–এ বৰ্ণনা কৰিছিল বিকাশ ডুবেৰ এনকাউণ্টাৰ কেনেকৈ হ’ব, ছচিয়েল মিডিয়াত...
২৪ঘণ্টা পূৰ্বেই এগৰাকী IPS–এ কৈছিল যে কেনেকৈ হ’ব বিকাশ ডুবেৰ এনকাউণ্টাৰ। তেওঁৰ সেই বিশেষ টুইট এতিয়া ভাইৰেল হৈছে। উত্তৰ প্ৰদেশৰ মষ্ট ৱাণ্টেড অপৰাধীজন গ্ৰেপ্তাৰ হোৱাৰ পৰা এনকাউণ্টাৰলৈকে বহুতেই বিভিন্ন...
গেংষ্টাৰ বিকাশ ডুবেৰ এনকাউণ্টাৰত মৃত্যু, STFৰ গাড়ী দুৰ্ঘটনাত পতিত হোৱাৰ সময়তে পলায়নৰ চেষ্টা কৰিছিল...
উত্তৰ প্ৰদেশৰ কাণপুৰৰ পৰা আহিছে এক ডাঙৰ খবৰ। গেংষ্টাৰ বিকাশ ডুবেৰ এনকাউণ্টাত মৃত্যু হৈছে। ঘটনাৰ বিৱৰণী মতে, উত্তৰ প্ৰদেশ এছ টি এফৰ কনভয়ৰ এখন বাহন দুৰ্ঘটনাত পতিত হয়, যিখনত...
৮ আৰক্ষীক হত্যা কৰি পলায়ন কৰা কুখ্যাত গেংষ্টাৰ বিকাশ ডুবে অৱশেষত পৰিল জালত
প্ৰায় এক সপ্তাহ আৰক্ষীৰ চকুত ধূলি দিয়াৰ পিছত মধ্য প্ৰদেশৰ উজ্জয়ীনৰ মহাকাল মন্দিৰৰ সমীপৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে কাণপুৰৰ কুখ্যাত গেংষ্টাৰ বিকাশ ডুবেক। ২ জুলাইৰ নিশা কাণপুৰৰ বিকৰো নামৰ...
সংক্ষিপ্তকৰণক লৈ লেঠা! ৰাহুল গান্ধীৰ HBS টুইটৰ হিমন্ত বিশ্ব শৰ্মাৰ উত্তৰক লৈ কিয় তোলপাৰ...
সোমবাৰে ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰীক উদ্দেশ্যি কৰা এটা টুইটে এতিয়া ছচিয়েল মিডিয়াত হাঁহিৰ খোৰাক যোগাইছে বহুতক। ৰাহুল গান্ধীয়ে টুইটটোত HBSৰ ভৱিষ্যতৰ গবেষণাৰ বিষয় হিচাপে তিনিটা পৰিঘটনা চিহ্নিত কৰি দিছিল –...
মৃত্যুৰ পূৰ্বে সুশান্ত সিং ৰাজপুতে গুগলত চাৰ্চ এয়া…অশান্ত হৈ লৈছিল চৰম সিদ্ধান্ত
বলিউড অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ পিছত এতিয়ালৈকে তেওঁৰ অনুৰাগীসকলে বেদনা পাহৰিব পৰা নাই। ইয়াৰ মাজতে সুশান্তৰ মৃত্যুৰ সৈতে জৰিত এই ডাঙৰ খবৰ পোহৰলৈ আহিছে। শেহতীয়া খবৰ মতে সুশান্ত...
পৰ্যটকৰ বাবে মুকলি হ’ল গোৱা, পৰ্যটকে মানিব লাগিব বহু কেইটা চৰ্ত
কোৰোণা মহামাৰীৰ মাজতে পৰ্যটকৰ বাবে মুকলি কৰা হ’ল গোৱা। আজিৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰা হ’ল দেশৰ পৰ্যটনৰ অন্যতম কেন্দ্ৰস্থল গোৱা। ৰাজ্যখনৰ পৰ্যটন মন্ত্ৰী মনোহৰ অজংগাম্বকৰে বুধবাৰে কৰে এই ঘোষণা।...
বলীউদৰ প্ৰসিদ্ধ কৰিঅ’গ্ৰাফাৰ সৰোজ খানৰ দেহাৱসান
প্ৰসিদ্ধ কৰিঅ’গ্ৰাফাৰ সৰোজ খানৰ শুকুৰবাৰে নিশা কাৰ্ডিয়েক এৰেষ্টৰ (Cardiac Arrest) কাৰণে মুম্বাইত মৃত্যু হয়। উশাহ লোৱাত অসুবিধাৰ কাৰণে যোৱা ১৭জুনত তেওঁক মুম্বাইৰ বান্দ্ৰাস্থিত গুৰু নানক হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। শুকুৰবাৰে...
স্বস্তি! দেশত শীঘ্ৰেই মুকলি হ’ব পাৰে COVAXIN, ৭জুলাইৰ পৰা আৰম্ভ হিউমেন ট্ৰায়েল
দেশত তীব্ৰ গতিৰে বৃদ্ধি পোৱা কোৰোণা সংক্ৰমণৰ মাজতে আহিছে ভাল খবৰ। স্বাস্থ্য মন্ত্ৰালয়ৰ (Health Ministry) সূত্ৰমতে অতি শীঘ্ৰেই দেশত কোৰোণাৰ ভেকচিন কভেক্সিন (COVAXIN) মুকলি হ’ব পাৰে। এই ভেকচিন ফাৰ্মাচিউটিকেল...
১ আগষ্টৰ ভিতৰত চৰকাৰী বাসভৱন এৰিব লাগিব প্ৰিয়ংকা গান্ধীয়ে, কেন্দ্ৰীয় চৰকাৰে দিলে নিৰ্দেশ
দিল্লীৰ লোধি এষ্টেটস্থিত চৰকাৰী আৱাসগৃহ খালী কৰিব লাগিব কংগ্ৰেছৰ মহাসচিব প্ৰিয়ংকা গান্ধীয়ে। ইতিমধ্যে কেন্দ্ৰীয় গৃহনিৰ্মাণ আৰু চহৰ উন্নয়ন মন্ত্ৰণালয়ে প্ৰিয়ংকা গান্ধীলৈ প্ৰেৰণ কৰিছে জাননী। অহা ১ আগষ্টৰ ভিতৰত প্ৰিয়ংকা...