দেওবাৰে নিশা গোৱালপাৰৰ এটা হোষ্টেলৰ পৰা প্ৰেয়সীক বাইকেৰে পলুৱাই নিছিল বৰপেটা জিলাৰ খৰিচালাৰ জুমিৰকুৰ গাঁৱৰ শ্বহিদুল ইছলাম নামৰ যুৱকজনে।উল্লেখযোগ্য যে হোষ্টেলৰ পৰা কিশোৰী প্ৰেমিকা গৰাকীক পলুৱাই নিয়াৰ সময়তে বাইক দুৰ্ঘটনাত পতিত হৈ গুৰুতৰভাৱে আহত হয় প্ৰেমিক শ্বহীদুল।কাৰণ ছোৱালীজনীক পলুৱাই নিয়াৰ কথা জানিব পাৰি কিশোৰীগৰাকীৰৰ পৰিয়ালে যুৱকজনৰ বাইকৰ পিছে পিছে খেদি যোৱাত উপায়ন্তৰ হৈ যুৱকজনে বাইকৰ স্পীড বঢ়াবলৈ বাধ্য হয় আৰু ফলস্বৰূপে বাইক খন দূৰ্ঘটনাগ্ৰস্ত হয়।এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত নাম্বাৰপাৰা ২য় খণ্ডত।পিছত স্থানীয় লোকে সংকটজনক অৱস্থাত যুৱকজনক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে।

About the author

+ posts