মহানগৰীৰ চানমাৰিত এটা অট্টালিকাৰ তৃতীয় মহলাৰ পৰা পৰিল এগৰাকী যুৱতী। জানিব পৰা মতে যুৱতীগৰাকীৰ ঘৰ জাজৰিত। । চানমাৰিৰ এটা ঘৰত পেয়িং গেষ্ট হিচাপে আছিল যুৱতীগৰাকী।যুৱতীগৰাকী কেনেকৈ বিল্ডিঙৰ পৰা সৰি পৰিল তাৰ সবিশেষ জানিব পৰা হোৱা নাই। সংকটজনক অৱস্থাত যুৱতীগৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। যুৱতী গৰাকীৰ নাম নাজবিন চুলতানা। সন্দেহ কৰা হৈছে চেল্ফি মাৰিবলৈ গৈ তৃতীয় মহলাৰ পৰা সৰি পৰা বুলি।

About the author

+ posts