মেৰী কম চিকিৎসাধীন।ছয়বাৰৰ বিশ্ব চেম্পিয়ন মেৰী কম
মুম্বাইৰ এখন বেচৰকাৰী হাস্পতালত চিকিৎসাধীন হৈ আছে ।জানিব পৰা মতে, আঁঠুৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰা হৈছে মেৰী কমৰ।কমনৱেল্থ গেমছৰ ৪৮ কেজি ট্ৰায়েলৰ সময়ত আঘাত পাইছিল মেৰী কমে ।সেই আঘাতত বিগত কেইবাদিনো ধৰি ভুগি আছিল খেলুৱৈগৰাকীয়ে।উল্লেখ্য যে, শেহতীয়াভাৱে হৈ যোৱা বাৰ্মিংহাম কমনৱেল্থ গেমছত অংশ ল’ব নোৱাৰিলে মেৰী কমে।

About the author

+ posts