ঘোষণা কৰা হ’ল ২০২০ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। এইবাৰ আগতকৈ কিছু পৃথক ৰূপত ঘোষণা কৰা হৈছে ফলাফল। সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়াৰে ঘোষিত হৈছে এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। কলা শাখাত এইবাৰ ৰাজ্যৰ ভিতৰতে শীৰ্ষ স্থান দখল কৰিছে দৰঙৰ পূবালী ডেকাই। সেইদৰে বিজ্ঞান শাখাত শীৰ্ষস্থান দখল কৰিছে বৰপেটাৰ আনন্দ ৰাম বৰুৱা একাডেমীৰ অবিনাশ কলিতাই। অবিনাশে লাভ কৰিছে সৰ্বমুঠ ৪৮৬ নম্বৰ। ইফালে বাণিজ্য শাখাত ৰাজ্যৰ ভিতৰতে শীৰ্ষ স্থান দখল কৰিছে কৃষ্ণা মহেশ্বৰীয়ে। ডিব্ৰুগড়ৰ ছল্ট ব্ৰুক একাডেমীৰ পৰা অৱতীৰ্ণ হৈছিল পৰীক্ষাত।
কলা শাখাৰ স্থান প্ৰাপ্ত
প্ৰথম স্থান
- পূবালী ডেকা (৪৮১), পাথৰিঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়, দৰং
- শ্ৰদ্ধা বৰগোহাঁই (৪৮১), ৰামানুজন জুনিয়ৰ কলেজ, নগাঁও
দ্বিতীয় স্থান
- কাশ্মিৰী দাস (৪৭৭), বৰপেটা বিদ্যাপীঠ এইচ এছ স্কুল, বৰপেটা
- অন্বেষা কাশ্যপ (৪৭৭), গোলাঘাট জাতীয় মহাবিদ্যালয়, গোলাঘাট
- ছাইমা (৪৭৭), আব্দুল হাছিব এইচ এছ স্কুল, হোজাই
তৃতীয় স্থান
- জুস্মিতা গোস্বামী (৪৭৩), কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজ, বৰপেটা
- ফাৰহানুৰ ৰহমান (৪৭৩), বঙাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়, বঙাইগাঁও
- ময়ূৰিকা ডেকা (৪৭৩), ৰঞ্জিত শৰ্মা একাডেমী জুনিয়ৰ কলেজ, দৰং
- সংগীতা দাস (৪৭৩), প্ৰেগমেটিক একাডেমী জুনিয়ৰ কলেজ, কামৰূপ (গ্ৰাম্য)
- পলী বৰা (৪৭৩), কনচেপ্ট জুনিয়ৰ কলেজ
- নগাঁওপ্ৰিয়াক্ষী বৰা (৪৭৩), ৰামানুজন জুনিয়ৰ কলেজ, নগাঁও
- মৌমিতা কোঁৱৰ (৪৭৩), আৰ ডি জুনিয়ৰ কলেজ, তিনিচুকীয়া
চতুৰ্থ স্থান
- মানসী চহৰীয়া (৪৭২), ব্ৰিলিয়েণ্ট একাডেমী, দৰং
- দেৱশ্ৰী বৰা (৪৭২), কটন বিশ্ববিদ্যালয়, কামৰূপ (মহানগৰ)
- তাহিৰা জামান (৪৭২), মাধৱদেৱ জুনিয়ৰ কলেজ, নগাঁও
- জুলী বৈশ্য (৪৭২), ৰামানুজন জুনিয়ৰ কলেজ, নগাঁও
পঞ্চম স্থান
- শৰৎ শইকীয়া (৪৭১), ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়, ধেমাজি
- সম্পূৰ্ণা বাৎসায়ন (৪৭১), অসম জাতীয় বিদ্যালয়, কামৰূপ (মহানগৰ)
- কাবেৰী কোঁচ (৪৭১), ৰামানুজন জুনিয়ৰ কলেজ, নগাঁও
- মালবিকা ভৰদ্বাজ (৪৭১), পি বি ধীৰদত্ত এইচ এছ স্কুল, নলবাৰী
ষষ্ঠ স্থান
- ভাৰ্গৱ ফুকন (৪৭০), ক্ৰিচেণ্ট একাডেমী, যোৰহাট
- স্বাগতা দত্ত (৪৭০), জিনিয়াছ একাডেমী জুনিয়ৰ কলেজ, লখিমপুৰ
- হৰ্ষিতা বৰঠাকুৰ (৪৭০), কলংপাৰ বিদ্যাপীঠ জুনিয়ৰ কলেজ, নগাঁও
সপ্তম স্থান
- অবন্তি ৰয় (৪৬৯), বি এন কলেজ, ধুবুৰী
- অন্নশ্ৰী মহন্ত (৪৬৯), ছল্ট ব্ৰুক একাডেমী, ডিব্ৰুগড়
- অমিতেষ নাথ (৪৬৯), গোলাঘাট জাতীয় মহাবিদ্যালয়, গোলাঘাট
- দিব্য প্ৰতিম বৰা (৪৬৯), আজাদ একাডেমী জুনিয়ৰ কলেজ, লখিমপুৰ
- উদিতা ঈষাণী কাকতী (৪৬৯), ৰামানুজন জুনিয়ৰ কলেজ, নগাঁও
- শতাব্দী পূজাৰী (৪৬৯), ৰামানুজন জুনিয়ৰ কলেজ, নগাঁও
- প্ৰিয়াংশী গোস্বামী (৪৬৯), ৰেনেইছেঞ্চ জুনিয়ৰ কলেজ, নগাঁও
- পৰিণীতা বুজৰবৰুৱা (৪৬৯), আছাম ভেলী একাডেমী জুনিয়ৰ কলেজ, নলবাৰী
অষ্টম স্থান
- আলিস্মিতা শৰণীয়া (৪৬৮), কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজ, বৰপেটা
- ডেইজী নাথ (৪৬৮), বাডছ একাডেমী জুনিয়ৰ কলেজ, বৰপেটা
- আফৰিন ইছলাম (৪৬৮), ছেইণ্ট জেভিয়াৰ্ছ এইচ এছ স্কুল, ডিব্ৰুগড়
- প্ৰাপ্তি বৰুৱা (৪৬৮), ফৰকাটিং জুনিয়ৰ কলেজ, গোলাঘাট
নৱম স্থান
- অজশ্বেতা বশিষ্ঠ গোস্বামী (৪৬৭), বঙাইগাঁও এইচ এছ স্কুল, বঙাইগাঁও
- এপল’ কাশ্যপ (৪৬৭), প্ৰাগজ্যোতিকা জুনিয়ৰ কলেজ, যোৰহাট
- নম্ৰতা বৰুৱা (৪৬৭), ৰামানুজন জুনিয়ৰ কলেজ, নগাঁও
দশম স্থান
- চন্দ্ৰিকা কলিতা (৪৬৬), কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজ, বৰপেটা
- অংকিতা ভূঞা (৪৬৬), কিৰণ একাডেমী জুনিয়ৰ কলেজ, ধেমাজি
- কৃষ্ণা বালা দাস (৪৬৬), হালাকুৰা এইচ এছ স্কুল, ধুবুৰী
- শুভাকাংক্ষী আত্ৰেয়া (৪৬৬), ক্ৰিচেণ্ট একাডেমী, যোৰহাট
- ছাহাব উদ্দিন (৪৬৬), লালুক এইচ এছ স্কুল, লখিমপুৰ
- মমিনা আখতাৰ (৪৬৬), লুইত একাডেমী জুনিয়ৰ কলেজ, নলবাৰী
বিজ্ঞান শাখা
শীৰ্ষ স্থান দখল কৰিছে বৰপেটাৰ আনন্দ ৰাম বৰুৱা একাডেমীৰ অবিনাশ কলিতাই। অবিনাশে লাভ কৰিছে সৰ্বমুঠ ৪৮৬ নম্বৰ।
দ্বিতীয় স্থান দখল কৰিছে-
- নায়িমা ফিৰ্দুচ বৰভূঞা- ৰামানুজন জুনিয়ৰ কলেজ, নগাওঁ- মুঠ নম্বৰ- ৪৮২।
তৃতীয় স্থান দখল কৰিছে-
- প্ৰীতপল বেজবৰুৱা, চাই বিকাশ একাডেমী, কামৰূপ মেট্ৰ- মুঠ নম্বৰ- ৪৮১।
চতুৰ্থ স্থান দখল কৰিছে-
- নিবিৰ ডেকা, আনন্দ ৰাম বৰুৱা একাডেমী,বৰপেটা। মুঠ নম্বৰ লাভ কৰিছে- ৪৭৯
- সাগৰ গোৱালা, ৰামানুজন জুনিয়ৰ কলেজ, নগাওঁ, মুঠ নম্বৰ লাভ কৰিছে- ৪৭৯
পঞ্চম স্থান দখল কৰিছে
- আশীষ কুমাৰ গাৰ্গ,ৰামানুজন জুনিয়ৰ কলেজ,নগাওঁ, মুঠ নম্বৰ লাভ কৰিছে- ৪৭৮
ষষ্ঠ স্থান দখল কৰিছে-
- অৰ্জুন বৰগোহাঁই, ছল্ট ব্ৰুক একাডেমী, ডিব্ৰুগড়, মুঠ নম্বৰ- ৪৭৭
- আয়ুসী কাব্ৰা,চাই বিকাশ একাডেমী, কামৰূপ মেট্ৰ- মুঠ নম্বৰ- ৪৭৭
- ব্ৰেনজীত্ হাজৰিকা, ৰামানুজন জুনিয়ৰ কলেজ,নগাওঁ, মুঠ নম্বৰ লাভ কৰিছে- ৪৭৭
সপ্তম স্থান দখল কৰিছে-
- শুভাশীষ ভৌমিক, গোৱালপাৰা কলেজ, গোৱালপাৰা- মুঠ নম্বৰ- ৪৭৬।
- অম্লান জ্যোতি পেগু, ৰামানুজন জুনিয়ৰ কলেজ,নগাওঁ, মুঠ নম্বৰ লাভ কৰিছে- ৪৭৬।
- সৱনম গুঞ্জন বৰা, ৰামানুজন জুনিয়ৰ কলেজ,নগাওঁ, মুঠ নম্বৰ লাভ কৰিছে- ৪৭৬।
- বিভাস কাফলে,তেজপুৰ বেংগলী বয়জ উচ্চতৰ মাধ্যমিক বিদ্যালয়, শোণিতপুৰ- মুঠ নম্বৰ- ৪৭৬।
- অংশুমালী শৰ্মা, তেজপুৰ বেংগলী বয়জ উচ্চতৰ মাধ্যমিক বিদ্যালয়, শোণিতপুৰ- মুঠ নম্বৰ- ৪৭৬।
অষ্টম স্থান দখল কৰিছে-
- মনিৰুল ইছলাম, ৰামানুজন জুনিয়ৰ কলেজ,নগাওঁ, মুঠ নম্বৰ লাভ কৰিছে- ৪৭৫।
- চিন্ময় নাথ, ৰামানুজন জুনিয়ৰ কলেজ,নগাওঁ, মুঠ নম্বৰ লাভ কৰিছে- ৪৭৫।
- আমিশা সিং, ৰামানুজন জুনিয়ৰ কলেজ,নগাওঁ, মুঠ নম্বৰ লাভ কৰিছে- ৪৭৫।
- হিমানজ্যোতি বৰগোহাঁই, ৰামানুজন জুনিয়ৰ কলেজ,নগাওঁ, মুঠ নম্বৰ লাভ কৰিছে- ৪৭৫।
নৱম স্থান দখল কৰিছে-
- আছিফা নাজনীন, মাৰয়াম আজমল মহিলা কলেজ অৱ চাইন্স এণ্ড টেকন’লজি- হোজাই, মুঠ নম্বৰ লাভ কৰিছে- ৪৭৪
- উত্পলৰাজ কেমপ্ৰাই, ৰামানুজন জুনিয়ৰ কলেজ,নগাওঁ, মুঠ নম্বৰ লাভ কৰিছে- ৪৭৪।
- শিবানুজ বৰকটকী, অৰুণোদয় একাডেমী, শিৱসাগৰ, মুঠ নম্বৰ লাভ কৰিছে- ৪৭৪।
দশম স্থান দখল কৰিছে-
- কুনাল তালুকদাৰ, আনন্দ ৰাম বৰুৱা একাডেমী, বৰপেটা, মুঠ নম্বৰ লাভ কৰিছে- ৪৭৩।
- অভিজিত্ চৌধুৰী, কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজ, বৰপেটা, মুঠ নম্বৰ লাভ কৰিছে- ৪৭৩।
- ইফটিকাৰ আহমেদ, ৰামানুজন জুনিয়ৰ কলেজ,নগাওঁ, মুঠ নম্বৰ লাভ কৰিছে, মুঠ নম্বৰ লাভ কৰিছে- ৪৭৩।
- অংকিতা শইকীয়া, ৰামানুজন জুনিয়ৰ কলেজ,নগাওঁ, মুঠ নম্বৰ লাভ কৰিছে, মুঠ নম্বৰ লাভ কৰিছে- ৪৭৩।
বাণিজ্য শাখাঃ
ৰাজ্যৰ ভিতৰতে শীৰ্ষ স্থান দখল কৰিছে- কৃষ্ণা মহেশ্বৰী, ছল্ট ব্ৰুক একাডেমী, মুঠ নম্বৰ লাভ কৰিছে- ৪৭১
দ্বিতীয় স্থান দখল কৰিছে-
- হৰপ্ৰীত কৌৰ, সোণাৰী জুনিয়ৰ কলেজ, মুঠ নম্বৰ লাভ কৰিছে-৪৬৮।
তৃতীয় স্থান দখল কৰিছে-
- বিনিতা চাহা– ৰামানুজ গুপ্তা জুনিয়ৰ কলেজ, কাছাৰ, মুঠ নম্বৰ লাভ কৰিছে- ৪৬৬।
চতুৰ্থ স্থান দখল কৰিছে-
- জ্ঞানদ্বীপ দুৱৰা, ৰিলায়েন্স জুনিয়ৰ কলেজ, গোলাঘাট, মুঠ নম্বৰ লাভ কৰিছে- ৪৬৫।
- সুৰভী দেৱ, শংকৰদেৱ জুনিয়ৰ কলেজ, হোজাই, মুঠ নম্বৰ লাভ কৰিছে- ৪৬৫।
- পিউ দাস, দিক্ৰং নেচনেল জুনিয়ৰ কলেজ, লখিমপুৰ, মুঠ নম্বৰ লাভ কৰিছে- ৪৬৫।
পঞ্চম স্থান দখল কৰিছে-
- প্ৰেৰণা দুৱৰা, ছল্ট ব্ৰুক একাডেমী, ডিব্ৰুগড়, মুঠ নম্বৰ লাভ কৰিছে- ৪৬০।
- আস্থা চৌধুৰী– ছল্ট ব্ৰুক একাডেমী, ডিব্ৰুগড়, মুঠ নম্বৰ লাভ কৰিছে- ৪৬০।
- অংকুৰ জ্যোতি ভূঞা– জে বি কলেজ যোৰহাট, মুঠ নম্বৰ লাভ কৰিছে- ৪৬০।।
ষষ্ঠ স্থান লাভ কৰিছে-
- শ্ৰুতি জৈন, ডন বস্ক উচ্চতৰ মাধ্যমিক বিদ্যালয়, কাৰ্বি আংলঙ। মুঠ নম্বৰ লাভ কৰিছে- ৪৫৭।
- কাৰ্তিক ঢাৰিৱাল-নগাওঁ চৰকাৰী বয়জ উচ্চতৰ মাধ্যমিক বিদ্যালয়। মুঠ নম্বৰ লাভ কৰিছে- ৪৫৭।
সপ্তম স্থান দখল কৰিছে-
- অৰিজিত্ ছাহা– বঙাইগাওঁ কলেজ, মুঠ নম্বৰ লাভ কৰিছে-৪৫৪।
- ৰোহিত আগৰৱাল, আৰ ডি জুনিয়ৰ কলেজ, মুঠ নম্বৰ লাভ কৰিছে-৪৫৪।
অষ্টম স্থান দখল কৰিছে,
- সুস্মিতা ৰয়, বিবেকানন্দ জুনিয়ৰ কলেজ, কাছাৰ, মুঠ নম্বৰ লাভ কৰিছে- ৪৫৩।
- প্ৰীয়া জৈন, নলবাৰী কমাৰ্চ কলেজ, নলবাৰী। মুঠ নম্বৰ লাভ কৰিছে- ৪৫৩।
- তৃষ্ণা দেৱী, নলবাৰী কমাৰ্চ কলেজ, নলবাৰী। মুঠ নম্বৰ লাভ কৰিছে- ৪৫৩।
- মেঘা মজুমদাৰ, শিৱসাগৰ জুনিয়ৰ কলেজ, মুঠ নম্বৰ লাভ কৰিছে- ৪৫৩।
নৱম স্থান দখল কৰিছে-
- আদিত্য দত্ত, ৰামানুজ গুপ্তা জুনিয়ৰ কলেজ, কাছাৰ, মুঠ নম্বৰ লাভ কৰিছে- ৪৫২।
- চিমি দাস, গুৱাহাটী কৰ্মাচ কলেজ, কামৰূপ মেট্ৰ’- ৪৫২।
- চাগিনা খাতুন– ব্ৰহ্মপুত্ৰ ভেলী একাডেমী, লখিমপুৰ, মুঠ নম্বৰ লাভ কৰিছে- ৪৫২।
দশম স্থান দখল কৰে-
- নলিনী জামাৰ– এন ই এফ কলেজ, কামৰূপ মেট্ৰ, মুঠ নম্বৰ লাভ কৰিছে- ৪৫১।
- সাক্ষী গোলচ্চা, কে চি দাস কমাৰ্চ কলেজ, কামৰূপ মেট্ৰ’, মুঠ নম্বৰ লাভ কৰিছে- ৪৫১।
- মধুসূধন শৰ্মা,দিক্ৰং নেচনেল জুনিয়ৰ কলেজ, লখিমপুৰ, মুঠ নম্বৰ লাভ কৰিছে- ৪৫১।