LATEST ARTICLES

কিমান দিনলৈ থাকিব শীতৰ প্ৰকোপ, বৰষুণৰো আগজাননীl

গুৱাহাটীকে ধৰি সমগ্ৰ ৰাজ্য এতিয়া শীতৰ শীতল কোলাত । আগন্তুক দুদিনত গুৱাহাটীত অব্যাহত থাকিব প্ৰচণ্ড শীত। ২৯ আৰু ৩০ জানুৱাৰীত গুৱাহাটীত শীতৰ প্ৰকোপ থাকিব বুলি আগজাননী দিছে আঞ্চলিক...

অসমৰ নাজিৰাৰ ONGC কলনীৰ ৫ বছৰীয়া কণমানি ধৃতিষ্মান চক্ৰৱৰ্তীলৈ ২০২২ বৰ্ষৰ প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল...

সোমবাৰে অসমৰ নাজিৰাৰ ONGC কলনীৰ ধৃতিষ্মান চক্ৰৱৰ্তীলৈ ২০২২ বৰ্ষৰ প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰষ্কাৰ ভাৰ্ছুৱেল মাধ্যমেৰে প্ৰদান কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।শিৱসাগৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ত ধৃতিষ্মান চক্ৰৱৰ্তীৰ পিতৃ মাতৃৰ লগতে শিৱসাগৰৰ...

জীৱনকালত সকলোকে কেৱল হহুৱাই ভাল পোৱা , বলিউদৰ কৌতুক অভিনেতা ৰাজু শ্ৰীবাস্তৱে অৱশেষত...

বলীউডৰ কৌতুক অভিনেতা ৰাজু শ্ৰীবাস্তৱৰ দেহাৱসান ঘটিছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৮ বছৰ। প্ৰায় ডেৰমাহ পূৰ্বে হৃদৰোগত আক্ৰান্ত হোৱাৰ পিছত তেওঁক দিল্লীৰ এইমছত ভৰ্তি কৰোৱা হৈছিল।...

বাইকেৰে প্ৰেমিকাক পলুৱাই আনিবলৈ গৈ বাইক দুৰ্ঘটনাত গুৰুতৰভাৱে আহত বৰপেটাৰ যুৱক ।

দেওবাৰে নিশা গোৱালপাৰৰ এটা হোষ্টেলৰ পৰা প্ৰেয়সীক বাইকেৰে পলুৱাই নিছিল বৰপেটা জিলাৰ খৰিচালাৰ জুমিৰকুৰ গাঁৱৰ শ্বহিদুল ইছলাম নামৰ যুৱকজনে।উল্লেখযোগ্য যে হোষ্টেলৰ পৰা কিশোৰী প্ৰেমিকা গৰাকীক পলুৱাই নিয়াৰ সময়তে...

গুৱাহাটী মহানগৰীত পিষ্টল দেখুৱাই সন্ত্ৰাস সৃষ্টি কৰা বিহাৰী ৰিক্সা ৱালাক গ্ৰেপ্তাৰ মহানগৰ আৰক্ষীৰ।

অজয় কুমাৰ প্ৰসাদ নামৰ ৰিক্সাচালক এজনে হাতৰ পিষ্টল দেখুৱাই পল্টনবজাৰত দেওবাৰে নিশা ভাবুকি প্ৰদান কৰিছিল মানুহক।এই বিষয়ে খবৰ লাভ কৰাৰ পিছতে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ অভিযুক্ত ৰিক্সাচালক...

আজি সম্পন্ন হ’ব ৰাণী দ্বিতীয় এলিজাবেথৰ অন্ত্যেষ্টিক্ৰিয়া।অংশগ্ৰহণ কৰিব ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰুপদী মূর্মুই।

আজি ৰাণী দ্বিতীয় এলিজাবেথৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব। ৰাণীৰ শেষ কাৰ্যৰ পূৰ্বে ৰজা তৃতীয় চাৰ্লছে দেওবাৰে বাকিংহাম পেলেচত বিশ্বৰ নেতাসকলক আদৰণি জনায়। সেই অনুষ্ঠানত উপস্থিত হৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ...

হোজাইত আজমল আইন মহাবিদ্যালয়ৰ ছাত্ৰীয়ে জঁপিয়াই আত্মহত্যাৰ চেষ্টা চলালে, হোষ্টেলৰ দ্বিতীয় মহলাৰ চাদৰ পৰা।

হোজাইত আজমল আইন মহাবিদ্যালয়ৰ ছাত্ৰীৰ আত্মহত্যাৰ চেষ্টা। মহাবিদ্যালয় খনৰ ছোৱালী হোষ্টেলৰ দ্বিতীয় মহলাৰ চাদৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা কৰে ছাত্ৰী গৰাকীয়ে। ছাত্ৰী গৰাকী দৰং জিলাৰ আছীমা বেগম বুলি...

গুৱাহাটীৰ চানমাৰিত চেল্ফি উঠিবলৈ গৈ অট্টালিকাৰ তৃতীয় মহলাৰ পৰা সৰি পৰিল যুৱতী!

মহানগৰীৰ চানমাৰিত এটা অট্টালিকাৰ তৃতীয় মহলাৰ পৰা পৰিল এগৰাকী যুৱতী। জানিব পৰা মতে যুৱতীগৰাকীৰ ঘৰ জাজৰিত। । চানমাৰিৰ এটা ঘৰত পেয়িং গেষ্ট হিচাপে আছিল যুৱতীগৰাকী।যুৱতীগৰাকী কেনেকৈ বিল্ডিঙৰ পৰা...

চাকৰি বিচাৰি আহিলে হাতযোৰ কৰি ক্ষমা বিচাৰে মন্ত্ৰী পীযুষ হাজৰিকাই । কয় আমি...

ভিক্টৰ দাসৰ গ্ৰেপ্তাৰৰ পিছতে ছ’চিয়েল মিডিয়াত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।এই সন্দৰ্ভত পুনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী পীযূষ হাজৰিকাই কয় ,"আমি আজিকালি এটাও চাকৰি দিব নোৱাৰো। মোৰ...

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা সাংসদ গৌৰৱ গগৈৰ । মুখ্যমন্ত্ৰীয়ে কোন সময়ত বিজেপি...

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দলত স্থিতি সন্দৰ্ভত তিৰ্য্যক সমালোচনা সাংসদ গৌৰৱ গগৈৰ।তেওঁ কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দলৰ সকলোৱে সন্দেহ কৰে। কোন সময়ত বিজেপি এৰে ঠিক নাই।কেন্দ্ৰত...

এটা চাকৰিৰ নামত বিচৰা হৈছিল ৭ লাখকৈ টকা — ভিক্টৰ দাসৰ পিছত এইবাৰ অম্লান...

২৬ হাজাৰ পদৰ নিযুক্তিত কেলেংকাৰী হোৱাৰ উৰাবাতৰি বিয়পোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল ভিক্টৰ দাস। অসম আৰক্ষীয়ে এটা টুইটত কয়,যে ভুৱা উৰাবাতৰি প্ৰচাৰ কৰি চৰকাৰী পদত বাছনিক লৈ সমাজৰ বিভিন্ন...

নিযুক্তি পৰীক্ষাত কেলেংকাৰীৰ অভিযোগ অনা ভিক্টৰ দাসে তথ্য দিব নোৱাৰিলে খাব লাগিব জেলৰ ভাত...

অলপতে ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাত কেলেংকাৰীৰ অভিযোগ তুলি নিজেই বিপদত পৰিবলগীয়া হ’ল ভিক্টৰ দাস নামৰ এগৰাকী যুৱক। টুইটাৰত অসম আৰক্ষী সঞ্চালকপ্ৰধান, বিশেষ...